Niharika Senapoti 15 Nov 2025 कविताएँ प्यार-महोब्बत 9750 0 Hindi :: हिंदी
আজিওঁ বিচাৰো সেই জোনাকী পৰুৱা জাকক বি..ষণ্ণ মণৰ ধূসৰত পোহৰৰ মায়া বিলোৱা ........ কিযে মধুৰ। তোমাৰ মণত আছেনে? দুয়ো এক হোৱাৰ প্ৰতিশ্ৰুতি দিছিলো, জোনাকী জাকক। আমাৰ দুয়োকে আন্ধাৰৰ মাজতো একাঁজলি পোহৰেৰে আৰ্শীবাদ দিছিল।