Niharika Senapoti 14 Nov 2025 कविताएँ अन्य Niharika Senapoti poem 9931 0 Other :: Other
ভাগৰ জীৱনৰে বাট চকামঁকা এচাটি পোহৰ আগচিব খুজে এন্ধাৰে দুভৰিত লাগে ভাগৰ। বুকুতে এমুঁঠি সপোন ভাৱনাত বুৰ যোৱা চেতনাত সাৰ পোৱা মণৰ কোবাল ধুমুহা । হঠাৎ থমকিব খুজি ভাগৰি নপৰা ধোঁৱলি কোঁৱলি আজি জীৱনৰ আলি কেঁকুৰি।