Kakali Mazumder 30 Mar 2023 कविताएँ दुःखद #জীৱন #google #yahoo #Poem #assamese poem #KakaliMazumder #writting #shayari #life poeam #life #zindegi #treanding #viral #कविता #অসমীয়াকবিতা #কবিতা #whatsappstatus #instagram #facebook #sahitylive #youetube #blog #dishalive 121509 0 Hindi :: हिंदी
জীৱন মানুহৰ অন্তৰখন কিমান যে জীপাল তেজ-মঙহেৰে সজা এখন কোমল অন্তৰ কিন্তু কিছুমান নিষ্ঠুৰৰ হাঁতোৰাত চূৰ্ণ হয় কোমল অন্তৰ নাভাবে সেই অন্তৰে কিমান যে কষ্ট পায়। বিধাতাই সেইবোৰ কত দেখে ভগৱানেও হয়তো নেদেখে! কিন্তু কিছুমান বন্ধুত্ব আছে যি আপোন নহ'লেও ঘটাব পাৰে দুখৰ উপশম। শেষত.….. “স্মৃতিৰ শলিতা জ্বলাই বন্ধুত্ব ৰাখিম জীয়াই নিদিওঁ এই বন্ধুত্ব হেৰাই যাবলৈ হিয়াৰ এখিলা এখিলা পাতত তেজেৰে লিখি থ'ম যাক মই সাত-জনমলৈ পাম।” কাকলি মজুমদাৰ 29-09-21